অন্নদাতা কৃষক বন্ধু সকল সদায় আমাৰ সন্মানৰ আৰু আদৰৰ। কৃষক সকলৰ সুৰক্ষিত ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ দল আৰু চৰকাৰে দৃঢ়তাৰে নিজৰ কৰ্তব্য কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। আজি “কৃষক দিৱস”ৰ শুভক্ষণত প্ৰতিগৰাকী কৃষক বন্ধুলৈ আন্তৰিক শুভেচ্ছা জনাই তেখেত সকলৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ।





