মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰীযুত অমিত শ্বাহ ডাঙৰীয়াই অসম ভ্ৰমণ সামৰি বিদায় মাগে

আজি মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰীযুত অমিত শ্বাহ ডাঙৰীয়াই অসম ভ্ৰমণ সামৰি বিদায় মাগে ৷ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ ৪২ লাখ কাৰ্যকৰ্তাৰ হৈ মই তেখেতক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰোঁ ৷