স্বনামধন্য অৰ্থনীতিবিদ-আইনবিদ দেশৰ প্ৰাক্তন বিত্তমন্ত্ৰী, প্ৰাক্তন কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী, বিশিষ্ট ৰাজনীতিবিদ ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ নেতা অৰুণ জেটলী ডাঙৰীয়াৰ জন্মদিনত তেখেতক গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছোঁ। 

স্বনামধন্য অৰ্থনীতিবিদ-আইনবিদ দেশৰ প্ৰাক্তন বিত্তমন্ত্ৰী, প্ৰাক্তন কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী, বিশিষ্ট ৰাজনীতিবিদ ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠ নেতা অৰুণ জেটলী ডাঙৰীয়াৰ জন্মদিনত তেখেতক গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।  দেশৰ অৰ্থনৈতিক-সামাজিক আৰু ৰাজনৈতিক জীৱনলৈ তেখেতে আগবঢ়াই যোৱা অৱদান ভাৰতীয় জনতা পাৰ্টিয়ে সদায় স্মৰণ কৰিব ৷