“যুৱ শক্তিয়ে ৰাষ্ট্ৰৰ শক্তি”

“যুৱ শক্তিয়ে ৰাষ্ট্ৰৰ শক্তি”

মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বাধীন ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্য চৰকাৰ খনৰ প্ৰগতি, বিকাশ আৰু উন্নয়নমুখী কামসমূহ চৰকাৰখনৰ প্ৰতি যুৱ প্ৰজন্মৰ আস্থা আৰু বিশ্বাস যথেষ্ট বৃদ্ধি পাইছে ৷