মহান পুৰুষ স্বামী বিবেকানন্দ দেৱৰ পৱিত্ৰ জন্মবাৰ্ষিকীত তেখেতক সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ।

“ৰাষ্ট্ৰীয় যুৱ দিৱস” ত দেশৰ প্ৰতিগৰাকী যুৱ সতীৰ্থ তথা প্ৰতিজনকে স্বামী বিবেকানন্দ দেৱৰ আগৰ্শৰে অনুপ্ৰাণিত হৈ সৰ্মপিত মনোভাবেৰে দেশ নিৰ্মাণ বাটত স্ব-প্ৰতিভা আৰু দায়িত্ববোধেৰে অগ্ৰসৰ হ’বলৈ আহ্বান জনাইছোঁ।

মহান পুৰুষ স্বামী বিবেকানন্দ দেৱৰ পৱিত্ৰ জন্মবাৰ্ষিকীত তেখেতক সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ।