সন্মানীয় ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, মাননীয় মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, উত্তৰ-পূৱ ক্ষেত্ৰীয় সাধাৰণ সম্পাদক অজয় জামৱালৰ সৈতে মহান মনিষী স্বামী বিবেকানন্দ দেৱৰ জন্ম জয়ন্তীত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলী অৰ্পণ কৰোঁ ৷








