মাননীয় ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা ডাঙৰীয়াই অসম ভ্ৰমণ কাৰ্যসূচী সমাপ্ত কৰি আজি দিল্লীলৈ ৰাওনা হয় ৷
আগন্তুক ২০২১ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত অসমলৈ আহি কাৰ্যকৰ্তা সকলক উৎসাহ-উদ্দীপনা যোগাই মনোবল বৃদ্ধি কৰি উপকৃত কৰাৰ বাবে ৪২ লাখ কাৰ্যকৰ্তাৰ হৈ মই মাননীয় ৰাষ্ট্ৰীয় সভাপতি ডাঙৰীয়াক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ৷






