“শিল্পী দিৱস” ৰ দিনটোত সুন্দৰৰ শিল্পী গৰাকীক শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।

প্ৰতিগৰাকী স্বাভিমানী অসমীয়াকে পোহৰ আৰু সুন্দৰৰ বাট দেখুৱাই থৈ গৈছে ৰূপান্তৰৰ শিল্পী, ৰূপকোঁৱৰ জ্যােতি প্ৰসাদ আগৰৱালা দেৱে। “শিল্পী দিৱস” ৰ দিনটোত সুন্দৰৰ শিল্পী গৰাকীক শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।