মোদী ডাঙৰীয়াক আদৰণি জনাবলৈ সাঁজু হৈছে ৰাজ্যবাসী ।

মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি সদায় দেশবাসীৰ আছে অকুন্ঠ শ্ৰদ্ধা, ভালপোৱা আৰু সীমাহীন আদৰ। অহা ইং ২৩ জানুৱাৰী, ২০২১ তাৰিখে দেশৰ জনপ্ৰিয় তথা শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী গৰাকী অসম ভ্ৰমণলৈ আহিব। ঐতিহ্যমণ্ডিত শিৱসাগৰৰ জেৰেঙা পথাৰত সম্বোধন কৰিব ৰাজ্যবাসীক । ১লাখ খিলঞ্জীয়া ভূমিপুত্ৰক প্ৰদান কৰিব ভূমিপট্টা। এই শুভ উপলক্ষত মোদী ডাঙৰীয়াক আদৰণি জনাবলৈ সাঁজু হৈছে ৰাজ্যবাসী । আমাৰ এজন কাৰ্যকৰ্তা যোৰহাটৰ দেৱজিৎ বৰুৱায়ে লিখি উলিওৱা সুন্দৰ কবিতাটো আপোনালোকলৈ বুলি আগবঢ়ালোঁ ৷