অসমত কেইবাটাও গুৰুত্বপূৰ্ণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ হেতু উপস্থিত হোৱা দেশৰ মাননীয় গৃহমন্ত্ৰী শ্ৰীযুত অমিত শ্বাহ ডাঙৰীয়াক উষ্ম আদৰণি জনাইছোঁ।

অসমত কেইবাটাও গুৰুত্বপূৰ্ণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ হেতু উপস্থিত হোৱা দেশৰ মাননীয় গৃহমন্ত্ৰী শ্ৰীযুত অমিত শ্বাহ ডাঙৰীয়াক উষ্ম আদৰণি জনাইছোঁ। তেখেতৰ পৰামৰ্শ আৰু উপস্থিতিয়ে আমাক সদায় সাহস আৰু অফুৰন্ত প্ৰেৰণা যোগায়। সন্মানীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াৰ অসম ভ্ৰমণে অসমবাসী ৰাইজ আৰু দলৰ কাৰ্যকৰ্তা সকলক উৎসাহ যোগাব।