কংগ্ৰেছ দলৰ এগৰাকী জ্যেষ্ঠ নেতা তথা বদৰপুৰৰ বিধায়ক জামাল উদ্দিন আহমেদ ডাঙৰীয়াৰ বিয়োগৰ সংবাদ লাভ কৰি মৰ্মাহত হৈছো ৷ জ্যেষ্ঠ নেতা গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছো৷ তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গ আৰু আত্মীয় স্বজনলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ ৷





