বজালী জিলাত কেইবাটাও কামৰ শুভাৰম্ভ কৰোঁ ৷

আজি বজালী জিলাত কেইবাটাও কামৰ শুভাৰম্ভ কৰোঁ ৷

▶ ৰিহাবাৰীত “শ্বহীদ মদন ৰাউতা স্মৃতি সৌধ”ৰ শুভাৰম্ভ ৷
▶ নতুন বেলনা গাঁৱত “প্ৰসাধন গৃহ”ৰ শুভাৰম্ভ ৷
▶ কলিবাৰী শ্ৰীশ্ৰী শিৱথান জালিখাটাত “অতিথিশালা” ৰ শুভাৰম্ভ ৷

আজিৰ এই শুভাৰম্ভ কাৰ্যসূচীত মোৰ লগত অসম পৰ্যটন বিভাগৰ উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱা আৰু বজালী জিলা ভাঃজঃপাঃৰ সভাপতি নগেন চৌধুৰী উপস্থিত থাকে ৷