সমূহ টাই-আহোম জনগোষ্ঠীয় ভাতৃ-ভগ্নী তথা স্বাভিমানী প্ৰতিজন অসমীয়ালৈ পৱিত্ৰ মে-ডাম্-মে-ফীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

আহোম স্বৰ্গদেউ সকলৰ অতুলনীয় সাহস, দৃঢ়তা, সম্ভ্ৰান্ত মন আৰু সম্প্ৰীতিৰ দৃষ্টান্ত- সাহস আৰু প্ৰেৰণা হৈ ৰওঁক সৰ্বকালৰ স্বাভিমানী অসমীয়াৰ বাবে।সমূহ টাই-আহোম জনগোষ্ঠীয় ভাতৃ-ভগ্নী তথা স্বাভিমানী প্ৰতিজন অসমীয়ালৈ পৱিত্ৰ মে-ডাম্-মে-ফীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।