আজি হেঙেৰাবাৰীস্থিত ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কাৰ্যালয়ত ভাজপাৰ নীতি আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ ৰাজ্যৰ কেইবাগৰাকী সামাজিক-সাংস্কৃতিক ক্ষেত্ৰৰ নিষ্ঠাবান তথা সচেতন ব্যক্তি, প্ৰাক্তন আৰক্ষী বিষয়া, কংগ্ৰেছ দলৰ আৰু ছাত্ৰ সংগঠনৰ নেতাই আনুষ্ঠানিক ভাৱে বিজেপি দলত যোগদান কৰে।
আজি যোগদান কৰা প্ৰতিগৰাকী ব্যক্তিকে মই দললৈ উষ্ম আদৰণি জনোৱাৰ লগতে আগন্তুক দিনত দলৰ নীতি-আদৰ্শক সৰোগত কৰি নিষ্ঠাসহকাৰে ৰাইজ তথা দলৰ সেৱা কৰি যাবলৈ আহ্বান জনালোঁ।






