আজি বৰপেটাত ‘নৱৰূপত স্বয়ম’ৰ শুভাৰম্ভ কৰোঁ ৷ উক্ত সভাত বৰপেটা জিলাৰ কেইবাটাও আত্মসহায়ক গোটক এই আঁচনিৰ চেক প্ৰদান কৰি আনন্দিত হৈছো আৰু তেখেতসকলক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ ৷

বৰপেটাত “নৱৰূপত স্বয়ম”ৰ শুভাৰম্ভ কৰাৰ লগতে এই আঁচনিৰ অধীনত যুৱক-যুৱতীসকলক চেক বিতৰণ কৰোঁ স্থানীয় উদ্যোগ আৰু গ্ৰাম্য অৰ্থনীতিক সৱলীকৰণৰ লক্ষ্যৰে নৱৰূপত স্বয়ম আঁচনি মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত ৰাজ্য চৰকাৰে লোৱা এক গুৰুত্বপূৰ্ণ পদক্ষেপ ৷

স্থানীয় উদ্যোগ আৰু গ্ৰাম্য অৰ্থনীতিক সবলীকৰণৰ বাবে ৰাজ্যৰ দক্ষ-নিপুন তথা স্ব-প্ৰতিভাৰে পুষ্ট লোকসকলক আত্মনিৰ্ভৰ হোৱাৰ বাটত সাহস আৰু প্ৰেৰণা যোগাব এই আঁচনিয়ে। আজি বৰপেটাত ‘নৱৰূপত স্বয়ম’ৰ শুভাৰম্ভ কৰোঁ ৷ উক্ত সভাত বৰপেটা জিলাৰ কেইবাটাও আত্মসহায়ক গোটক এই আঁচনিৰ চেক প্ৰদান কৰি আনন্দিত হৈছো আৰু তেখেতসকলক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ ৷

আজিৰ এই সভাত মোৰ সৈতে অসম চৰকাৰৰ মাননীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াকে প্ৰমুখ্য কৰি দলীয় বিষয়ববীয়াসকল উপস্থিত থাকে ৷