আমাক অন্ত্যোদয়ৰ পথ প্ৰদৰ্শিত কৰা, আধ্যাত্মিক, সামাজিক আৰু মানৱীয় চিন্তাৰে আমাক অনুপ্ৰেৰণাৰ সোপান দিয়া, দেশপ্ৰেমিক, যুগদ্ৰষ্টা, মহান ৰাজনীতিবিদ,পণ্ডিত দীনদয়াল উপাধ্যায় দেৱক তেখেতৰ মৃত্যু তিথিত আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ ।

भारत को पुनः विश्वगुरु बनाने हेतु ‘एकात्म मानववाद व अंत्योदय’ का मंत्र देने वाले श्रद्धेय पंडित दीनदयाल उपाध्याय जी के बलिदान दिवस पर उन्हें शत् शत् नमन।

আমাক অন্ত্যোদয়ৰ পথ প্ৰদৰ্শিত কৰা, আধ্যাত্মিক, সামাজিক আৰু মানৱীয় চিন্তাৰে আমাক অনুপ্ৰেৰণাৰ সোপান দিয়া, দেশপ্ৰেমিক, যুগদ্ৰষ্টা, মহান ৰাজনীতিবিদ,পণ্ডিত দীনদয়াল উপাধ্যায় দেৱক তেখেতৰ মৃত্যু তিথিত আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ ।

পণ্ডিত দীনদয়াল দেৱৰ স্মৃতিত আজিৰ দিনটো আমি #সমৰ্পন_দিৱস হিচাপে পালন কৰোঁ ৷ সেই উপলক্ষে তেখেতৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলী অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰোঁ ৷