প্ৰগতিৰ প্ৰতিনিধিত্বৰে অবিৰত যাত্ৰা, সৰভোগবাসীৰ উন্নয়নৰ বাবে নিৰন্তৰ চেষ্টা সৰভোগবাসী ৰাইজৰ যাতায়ত-যোগাযোগৰ সবল-সক্ষম ব্যৱস্থাৰ হকে আজি অসম চৰকাৰৰ বিত্ত, লোকনিৰ্মাণ আদি বিভাগৰ মাননীয় মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই *বৰপেটা ৰোড বাছ আস্থানৰ পৰা ফৰেষ্ট অফিচ সংযোগী পথৰ উন্নীতকৰণৰ লগতে পকী নলা,পদ পথ* নিৰ্মাণৰ কাম মোৰ উপস্থিতিত আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে। আশা কৰিছোঁ ইয়াৰ দ্বাৰা ৰাইজৰ যাতায়ত-যোগাযোগ ব্যৱস্থাৰ ক্ষেত্ৰত যথেষ্ট উপকৃত হ’ব।







