ৰেডিঅ’ৰ সৈতে জড়িত প্ৰতিগৰাকী শিল্পী, কলা-কুশলী, বিষয়া-কৰ্মকৰ্তাক বিশ্ব ৰেডিঅ’ দিৱসত আন্তৰিক কৃতজ্ঞতা আৰু শুভকামনা জনাইছোঁ।

এইয়া আকাশবাণী…

মুগ্ধ সময়ৰে বান্ধি ৰাখে প্ৰতিজনক- ৰেডিঅ’ই ।

ৰেডিঅ’ সময়ৰ সংলাপ হৈ থাকক চিৰদিন🙏

ৰেডিঅ’ৰ সৈতে জড়িত প্ৰতিগৰাকী শিল্পী, কলা-কুশলী, বিষয়া-কৰ্মকৰ্তাক বিশ্ব ৰেডিঅ’ দিৱসত আন্তৰিক কৃতজ্ঞতা আৰু শুভকামনা জনাইছোঁ।

May be an image of text