বিভাগীয় কৰ্মসূচীৰ বাবে অসমলৈ অহা কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা বিভাগৰ মাননীয় মন্ত্ৰী এছ জয়শংকৰ ডাঙৰীয়াক সাক্ষাৎ কৰি আমাৰ স্বাভিমান এখনি ফুলাম গামোছাৰে উষ্ম আদৰণি জনাওঁ ৷

বিভাগীয় কৰ্মসূচীৰ বাবে অসমলৈ অহা কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা বিভাগৰ মাননীয় মন্ত্ৰী এছ জয়শংকৰ ডাঙৰীয়াক সাক্ষাৎ কৰি আমাৰ স্বাভিমান এখনি ফুলাম গামোছাৰে উষ্ম আদৰণি জনাওঁ ৷

জাপানৰ ৰাষ্ট্ৰদুত চাতোশ্বি চুজুকি ডাঙৰীয়াৰ সৈতে ঔদ্যোগিক খণ্ডত বিনিয়োগৰ আলোচনাৰ হেতু অসমত উপস্থিত হৈছেহি মাননীয় কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰী গৰাকী ৷

এই আলোচনাই আগন্তুক দিনত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ঔদ্যোগিক খণ্ডত নতুন দিগন্তৰ সূচনা কৰিব বুলি মই আশাবাদী ৷