ভাৰতীয় জনতা পাৰ্টিৰ সন্মানীয় ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা মংগলদৈ লোকসভা সমষ্টিৰ জনপ্ৰিয় সাংসদ শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়াক জন্মদিনৰ হিয়াভৰা শুভেচ্ছা জনালোঁ ।

ভাৰতীয় জনতা পাৰ্টিৰ সন্মানীয় ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা মংগলদৈ লোকসভা সমষ্টিৰ জনপ্ৰিয় সাংসদ শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়াক জন্মদিনৰ হিয়াভৰা শুভেচ্ছা জনালোঁ । তেওঁৰ সেৱাই ৰাষ্ট্ৰ নিৰ্মাণৰ অবিৰত যাত্ৰাত অনন্য ভূমিকা গ্ৰহণ কৰক। নতুন প্ৰজন্মই তেওঁৰ সেৱা আৰু কৰ্মৰে প্ৰেৰণা লাভ কৰক।