আজি মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা অসম ৰাজ্যিক বিজেপিৰ ক’ৰ কমিটি ৰ এখন গুৰুত্বপূৰ্ণ সভাত উপস্থিত থাকোঁ ৷

আজি মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা অসম ৰাজ্যিক বিজেপিৰ ক’ৰ কমিটি ৰ এখন গুৰুত্বপূৰ্ণ সভাত উপস্থিত থাকোঁ ৷

উক্ত সভাত দলীয় আভ্যন্তৰীণ বহুকেইটা বিষয়ৰ ওপৰত আলোচনা কৰা হয় ৷ ইয়াৰোপৰি, আগন্তুক ২০২১ বিধানসভা নিৰ্বাচন সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ উক্ত সভাত মোৰ সহিতে মাননীয় কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰ ডাঙৰীয়া, মাননীয় ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, অসম চৰকাৰৰ মাননীয় মন্ত্ৰী তথা নেডাৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মাননীয় বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী ডাঙৰীয়া, মাননীয় মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য, সাংসদ কামাখ্যা প্ৰসাদ তাছা, ৰাজ্যিক প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা ডাঙৰীয়াৰ লগতে আন কেইবাগৰাকী বিষয়ববীয়া উপস্থিত থাকে ৷