স্বামী বিবেকানন্দ ভাৱ-দৰ্শন কেন্দ্ৰৰ উদ্যােগত অনুষ্ঠিত এই সম্পূৰ্ণ কাৰ্যক্ৰমত উপস্থিত থাকি যথেষ্ট আপ্লুত হোৱাৰ লগতে সকলোৰে চিন্তা-চেতনাই মনৰ শক্তিক প্ৰেৰণা দিলে।
সৰভোগ সমষ্টিবাসী জনতাৰ হৈ মাননীয় কেন্দ্ৰীয় মন্ত্ৰী ড° জিতেন্দ্ৰ সিং ডাঙৰীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ ৷ স্বামী বিবেকানন্দ ভাৱ-দৰ্শন কেন্দ্ৰৰ উদ্যােগত অনুষ্ঠিত এই সম্পূৰ্ণ কাৰ্যক্ৰমত উপস্থিত থাকি যথেষ্ট আপ্লুত হোৱাৰ লগতে সকলোৰে চিন্তা-চেতনাই মনৰ শক্তিক প্ৰেৰণা দিলে। সৰভোগ সমষ্টিবাসী জনতাৰ হৈ মাননীয় কেন্দ্ৰীয় মন্ত্ৰী ড° জিতেন্দ্ৰ সিং ডাঙৰীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ ৷