ৰাজ্য চৰকাৰৰ “অসম দৰ্শন” আঁচনিয়ে আমাৰ আধ্যাত্মিক-সাংস্কৃতিক প্ৰাণকেন্দ্ৰ স্বৰূপ “নামঘৰ” সমূহৰ সংৰক্ষণ আৰু আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত প্ৰদান কৰিছে সুকীয়া মাত্ৰা।

ৰাজ্য চৰকাৰৰ “অসম দৰ্শন” আঁচনিয়ে আমাৰ আধ্যাত্মিক-সাংস্কৃতিক প্ৰাণকেন্দ্ৰ স্বৰূপ “নামঘৰ” সমূহৰ সংৰক্ষণ আৰু আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত প্ৰদান কৰিছে সুকীয়া মাত্ৰা।

অসমৰ চৰকাৰৰ দূৰদৰ্শী আৰু জাতীয় জীৱনক তথা জাতীয় জীৱনৰ স্বাভিমানক নতুন জীৱনী শক্তি প্ৰদান কৰা আঁচনি সমূহৰ অন্যতম আঁচনি “অসম দৰ্শন” আঁচনিৰ অধীনত বৰপেটা আৰু বজালী জিলাৰ নামঘৰ সমূহলৈ ধনাদেশ বিতৰণ অনুষ্ঠানত আৰ্থিক অনুদানৰ চেক বিতৰণ কৰোঁ ৷

আমাৰ সাংস্কৃতিক-আধ্যাত্মিক পৰিকাঠামো সবল আৰু সংৰক্ষণৰ ক্ষেত্ৰত আমাৰ চৰকাৰে গ্ৰহণ কৰা এই আঁচনিয়ে অপৰিসীম ভূমিকা গ্ৰহণ কৰি যাব।