“বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ সবল নেতৃত্বত অসমৰ স্বাস্থ্যখণ্ডৰ সফল সম্প্ৰসাৰণৰ যাত্ৰাত আজিৰে পৰা চামিল হ’ল বাক্সা জিলাৰ নিমুৱাও” আজি বাক্সা জিলাৰ নিমুৱাত ৩০ খন বিচনাযুক্ত চিকিৎসালয়ৰ নিৰ্মাণকাৰ্য ৰাইজৰ সহযোগত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰোঁ ৷

নিৰ্মাণ হ’বলীয়া চিকিৎসালয়খনে অনাগত দিনত ৰাইজক চিকিৎসা সেৱাৰ ক্ষেত্ৰত যথেষ্ট উপকাৰ সাধন কৰিব ৷ উক্ত শুভাৰম্ভ কাৰ্যসূচীত মোৰ সহিতে ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকা প্ৰমুখ্যে দলীয় বিষয়ববীয়াসকল উপস্থিত থাকে ৷