“অসম চৰকাৰৰ স্বাস্থ্য খণ্ডৰ অভূতপূৰ্ব সফলতা তথা সবল সম্প্ৰসাৰণৰ সহযাত্ৰী হ’ল বজালী জিলাৰ মেধিকুছি”

“অসম চৰকাৰৰ স্বাস্থ্য খণ্ডৰ অভূতপূৰ্ব সফলতা তথা সবল সম্প্ৰসাৰণৰ সহযাত্ৰী হ’ল বজালী জিলাৰ মেধিকুছি”

বাক্সা জিলাৰ নিমুৱাৰ পিছতে আজি বজালী জিলাৰ মেধিকুছিত ৩০ খন বিচনাযুক্ত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটি ৰাইজৰ সহযোগত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰোঁ ৷চিকিৎসালয়খনে অঞ্চলটোত চিকিৎসা সেৱাৰ ক্ষেত্ৰত ৰাইজক যথেষ্ট উপকৃত কৰিব বুলি আশাবাদী ৷

উক্ত শুভাৰম্ভ কাৰ্যসূচীত মোৰ সহিতে ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকা প্ৰমুখ্যে দলীয় বিষয়ববীয়াসকল উপস্থিত থাকে ৷