মহাবীৰ চিলাৰায়ৰ বীৰত্বপূৰ্ণ বিজয় আৰু গৌৰৱোজ্জ্বল ঐতিহাসিক কাহিনী তথা পৰিঘটনাই স্বাভিমানী অসমীয়া জাতিক প্ৰতিটো প্ৰত্যাহ্বানৰ সময়তেই সাহস আৰু প্ৰেৰণা প্ৰদান কৰি আহিছে। অসাধাৰণ বীৰত্ব, পৰাক্ৰমৰ অন্যতম প্ৰতীক মহাবীৰ চিলাৰায়ক আজি জন্মজয়ন্তীৰ দিনা শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।





