মনোনয়ন দাখিলৰ আগমুহূৰ্তত অগণন জনতাৰ আদৰ, সম্ভাষণ, উল্লাসৰ মাজত অনুষ্ঠিত ৰাজহুৱা সভাই সৰুপথাৰ বিধান সভা সমষ্টিৰ প্ৰাৰ্থী বিশ্বজিৎ ফুকনৰ নিশ্চিত বিজয়ৰ প্ৰমাণ দিলে ৷

মনোনয়ন দাখিলৰ আগমুহূৰ্তত অগণন জনতাৰ আদৰ, সম্ভাষণ, উল্লাসৰ মাজত অনুষ্ঠিত ৰাজহুৱা সভাই সৰুপথাৰ বিধান সভা সমষ্টিৰ প্ৰাৰ্থী বিশ্বজিৎ ফুকনৰ নিশ্চিত বিজয়ৰ প্ৰমাণ দিলে ৷

সৰুপথাৰ বিধান সভা সমষ্টিৰ আমাৰ দলৰ প্ৰাৰ্থী বিশ্বজিৎ ফুকনৰ মনোনয়ন পত্ৰ দাখিলৰ প্ৰাকক্ষণত অনুষ্ঠিত ৰাজহুৱা সভা সম্বোধন কৰোঁ। উক্ত সভাত মোৰ সৈতে ৰাজ্যিক মন্ত্ৰী পীযুষ হাজৰিকা উপস্থিত থাকে ৷

সভাত ৰাইজৰ বিপুল সঁহাৰি আৰু উছাহ দেখি অত্যন্ত সুখী হৈছোঁ ৷ লগতে নিশ্চিত হৈছোঁ আগন্তুক নিৰ্বাচনত বিশ্বজিৎ ফুকন সৰুপথাৰ বিধানসভা সমষ্টিৰ পৰা ৰাইজৰ অফুৰন্ত আদৰৰ মাজেৰে জয়ী হ’ব।