আজি পাটাছাৰকুছি বিধানসভা সমষ্টিৰ বিশিষ্ট সমাজকৰ্মী শ্ৰী কমলেশ্বৰ মেধি ডাঙৰীয়াক সৌজন্যমূলক সাক্ষাৎ কৰি আলোচনাত মিলিত হওঁ ৷

আজি পাটাছাৰকুছি বিধানসভা সমষ্টিৰ বিশিষ্ট সমাজকৰ্মী শ্ৰী কমলেশ্বৰ মেধি ডাঙৰীয়াক সৌজন্যমূলক সাক্ষাৎ কৰি আলোচনাত মিলিত হওঁ ৷

May be an image of 3 people, people standing and people sitting

মোৰ দৃঢ়বিশ্বাস যে আগন্তুক বিধানসভা নিৰ্বাচনত তেখেতৰ বহুমূলীয়া দিহা-পৰামৰ্শ তথা সহায় সহযোগিতাই বিজেপিৰ নিশ্চিত বিজয়ত সহায়ক হিচাবে পৰিগণিত হ’ব ৷