পাটাছাৰকুছি বিধানসভা সমষ্টিৰ অন্তৰ্গত টিহু অঞ্চলৰ বহুকেইটা ধৰ্মীয় অনুষ্ঠান দৰ্শন কৰাৰ লগতে অঞ্চলটোৰ স্থানীয় ৰাইজ তথা ভকত বৈষ্ণৱ সকলৰ সতে মত বিনিময় কৰোঁ ৷ তেখেত সকলৰ দিহা-পৰামৰ্শ আৰু শুভাশীষ শিৰত লৈ আগন্তুক দিনত যাতে পাটাছাৰকুছিৰ সৰ্বাঙ্গীন উন্নতিৰ হকে সেৱা আগবঢ়াই যাব পাৰো তাৰেই আশা ৰাখিছোঁ ।







