দলৰ সিদ্ধান্তক সাৰোগত কৰি আজি ১৭ মার্চ, ২০২১ তাৰিখে মই ভাৰতীয় জনতা পার্টিৰ প্রার্থী হিচাপে মনােনয়ন পত্র দাখিল কৰিম।

আপােনালােক নিশ্চয় অৱগত যে আগন্তুক অসম বিধানসভা নির্বাচনৰ বাবে ভাৰতীয় জনতা পাটিৰ ৰাষ্ট্ৰীয় নেতৃত্বই মােক ৪২ নং পাটাছাৰকুছি বিধানসভা সমষ্টিৰ পৰা দলৰ প্রার্থীত্ব প্রদান কৰিছে। সেয়েহে দলৰ সিদ্ধান্তক সাৰোগত কৰি আজি ১৭ মার্চ, ২০২১ তাৰিখে মই ভাৰতীয় জনতা পার্টিৰ প্রার্থী হিচাপে মনােনয়ন পত্র দাখিল কৰিম। এই শুভ মূহুৰ্তত আপােনালােক সকলোৰে নিশ্চিত উপস্থিতি, আন্তৰিক সহযোগ আৰু আশীৰ্বাদ কামনা কৰিলোঁ।

May be an image of 1 person and text that says 'নমস্কাৰ গ্রহণ কৰিব আপোনালোক নিশ্চয় অরগত যে আগন্তক অসম বিধানসভা নির্বাচনব বাবে ভাবতীয় জনতা পাটিব বাস্ত্রীয় নেতৃত্বই মোক ৪२ নং পাটাছাবকুছি বিধানসভা সমষ্টিব পবা দলব প্রার্থীত্ব প্রদান কবিছে। সেয়েহে দলব সিদ্ধান্তক সাবোগত কৰি আজি ১৭ মার্চ, ২০২১ তারিখে মই ভাবতীয় জনতা পার্টিব প্রার্থী হিচাপে মনোনয়ন পত্র দাখিল কৰিম। 無 Co এই শুভ মূহুর্তত আপোনালোক সকলোবে নিশ্চিত উপস্থিতি, আন্তবিক সহযোগ আকু আশীর্বাদ কামনা কবিলো। ধন্যবাদেবে- (বনজিৎ কুমাব দাস) বাজ্যিক সভাপতি ভাবতীয় জনতা পার্টি, অসম প্রদেশ fRanjeerDass RanjeetKrDass RanjeetKrDass RanjeetKrDass'