পাটাছাৰকুছি বিধানসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ নীতি-আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ বহু সংখ্যক লোকে দলত যোগদান কৰে ৷
বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা সময়ত এনেদৰে দললৈ নতুন কাৰ্যকৰ্তাৰ আগমনে দলৰ সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ লগতে কাৰ্যকৰ্তা সকলৰ মনোবল বৃদ্ধি কৰিছে ৷
নতুনকৈ যোগদান কৰা প্ৰতিজন কাৰ্যকৰ্তাক দললৈ উষ্ম আদৰণি জনাইছোঁ ৷ আগন্তুক দিনত সকলোৱে সংঘবদ্ধ হৈ সততা আৰু নিষ্ঠাৰে ৰাইজ তথা দলৰ সেৱাৰ্থে কাম কৰি যাবলৈ আহ্বান জনাইছোঁ ৷







