৩৩ নং বিজনী বিধানসভা সমষ্টিৰ মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী শ্ৰী অজয় কুমাৰ ৰায় দেৱৰ মনোনয়ন দাখিলৰ শুভক্ষণত উপস্থিত থাকোঁ

৩৩ নং বিজনী বিধানসভা সমষ্টিৰ মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী শ্ৰী অজয় কুমাৰ ৰায় দেৱৰ মনোনয়ন দাখিলৰ শুভক্ষণত উপস্থিত থাকোঁ।

বিজনী বাসীৰ মৰম আৰু আগ্ৰহে মিত্ৰজোঁটৰ প্ৰাৰ্থী গৰাকীৰ শক্তি পুনৰবাৰ প্ৰতিফলিত কৰিছে

বিজনী ক্ৰীড়া সন্থাৰ খেলপথাৰত আয়োজিত এই অনুষ্ঠানত উপস্থিত থাকি আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী শ্ৰী অজয় কুমাৰ ৰায় দেৱক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।

May be an image of 6 people and people standing

মনোনয়ন পত্ৰ দাখিলৰ এই শুভক্ষণত তেখেতক তথা মিত্ৰজোঁটক মৰম আৰু আশিস প্ৰদান কৰিবলৈ স্বতঃস্ফুত ভাৱে অহা জনতাই বিজনীত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ নিশ্চিত জয়ৰ ইংগিত প্ৰদান কৰিলে।

May be an image of 4 people, people standing and outdoors