ৰঙৰ উৎসৱ তথা দৌলযাত্ৰাৰ এই পৱিত্ৰ মধুময় ক্ষণত পাটাছাৰকুছিৰ ৰাইজৰ সৈতে বিনিময় কৰিলো ৰঙৰ উৎসৱৰ প্ৰাণভৰা সময়।

আজি পাটাছাৰকুছি সমষ্টিৰ সাদেৰী খাটনিয়াৰ পাৰা দৌল মন্দিৰ, বামাখাটা দৌল উৎসৱ প্ৰাঙ্গন, ডুমৰীয়া বজালী গোবিন্দ ভৱন গীতা সত্ৰ আৰু হৰিপুৰ দৌল মন্দিৰত ভক্তপ্ৰাণ ৰাইজৰ সৈতে ভগৱানৰ শ্ৰীচৰণত সেৱা জনোৱাৰ লগতে ৰাইজৰ সৈতে মত-বিনিময় কৰি দৌলযাত্ৰাৰ পৱিত্ৰ সময়খিনিক সমৃদ্ধ কৰোঁ ।







