হোলী উপলক্ষে পাঠশালাৰ মাৰোৱাৰী সমাজে অনুষ্ঠিত কৰা হোলী উৎসৱত অংশগ্ৰহণ কৰোঁ ৷

হোলী উপলক্ষে পাঠশালাৰ মাৰোৱাৰী সমাজে অনুষ্ঠিত কৰা হোলী উৎসৱত অংশগ্ৰহণ কৰোঁ ৷

হোলীৰ এই পবিত্ৰ ক্ষণত তেখেতসকলৰ সৈতে কিছু অন্তৰংগ আলাপ কৰি খা-খবৰ লোৱাৰ লগতে সকলোকে হোলীৰ শুভেচ্ছা জ্ঞাপন কৰোঁ ৷