কেৱল নিৰ্বাচনী খেলতে ব্যস্ত নাথাকি কিছু সময় ক্ৰিকেট খেল খেলো ৷
বজালী জিলাৰ এগৰাকী স্বাধীনতা সংগ্ৰামী, সমাজসেৱী, সাহিত্যসেৱী, অসমীয়া সমাজত নাৰীৰ সন্মান তথা মৰ্যাদা ৰক্ষাৰ বাবে আগভাগ লোৱা ‘অসম মহিলা সমিতি’ৰ অন্যতম প্ৰতিষ্ঠাতা পদ্মশ্ৰী চন্দ্ৰপ্ৰভা শইকীয়ানী ডাঙৰীয়ানীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ ৷

সমাজৰ প্ৰতি তেখেতৰ অতুলনীয় অৱদানে সদায় চিৰস্মৰণীয় কৰি ৰাখিব ৷







