নিৰ্বাচনলৈ শুভকামনা জনোৱা মৰিগাঁও জিলাৰ চৰাইবাহীৰ প্ৰতিভাৱান শিল্পী শ্ৰী ত্ৰৈলোক্য কুমাৰ নাথক আন্তৰিক ধন্যবাদ জনাইছোঁ ৷

নিজ প্ৰতিভাৰে সৃষ্ট সুন্দৰ শিল্পকৰ্মৰে এখনি চিত্ৰ মোক প্ৰীতি উপহাৰ হিচাবে প্ৰদান কৰা আৰু আগন্তুক নিৰ্বাচনলৈ শুভকামনা জনোৱা মৰিগাঁও জিলাৰ চৰাইবাহীৰ প্ৰতিভাৱান শিল্পী শ্ৰী ত্ৰৈলোক্য কুমাৰ নাথক আন্তৰিক ধন্যবাদ জনাইছোঁ ৷ আপোনাৰ এই শিল্পকৰ্ম সঁচাকৈ প্ৰশংসনীয় ৷ আপোনাৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰাৰ লগতে আপোনাৰ ৰং-তুলিকাৰে ভৰা সুন্দৰৰ যাত্ৰা অব্যাহত থাকক।

মোৰ শুভেচ্ছা জনালোঁ।

May be an illustration of 1 person