ভাৰতীয় জনতা পাৰ্টিৰ সন্মানীয় মণ্ডল সভাপতি সকলৰ সৈতে ভিডিঅ’ কনফাৰেন্স যোগে সাম্প্ৰতিক সময়ৰ ক’ভিড পৰিস্থিতি সম্পৰ্কত এখনি গুৰত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰোঁ।

আজি সন্ধিয়া ভাৰতীয় জনতা পাৰ্টিৰ সন্মানীয় মণ্ডল সভাপতি সকলৰ সৈতে ভিডিঅ’ কনফাৰেন্স যোগে সাম্প্ৰতিক সময়ৰ ক’ভিড পৰিস্থিতি সম্পৰ্কত এখনি গুৰত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰোঁ। বৈঠকত সম্প্ৰতি ক’ভিডৰ দ্বিতীয়টো ঢৌৱে সমগ্ৰ দেশৰ লগতে ৰাজ্যত সৃষ্টি কৰা প্ৰত্যাহ্বানৰ সময়ত আমাৰ কাৰ্যকৰ্তা সকলৰ কৰণীয় দায়িত্ব সম্পৰ্কত বিশদ ভাৱে আলোচনা কৰা হয়।

May be an image of 2 people and indoor

এই বৈঠকত ভিডিঅ’ কনফাৰেন্স যোগে মোৰ সৈতে উপস্থিত থাকে ৰাষ্ট্ৰীয় উপ-সভাপতি তথা অসমৰ প্ৰভাৰী বৈজয়ন্ত জয় পাণ্ডা ডাঙৰীয়া, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া ডাঙৰীয়া আৰু সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰনাথ শৰ্মা ডাঙৰীয়া।