আজি ভাৰতীয় জনতা পাৰ্টিৰ সৰ্বজনপ্ৰিয় আলোচনী ‘বিজেপি বাৰ্তা’ৰ মে’, ২০২১ খণ্ডটিৰ শুভ উন্মোচন কৰোঁ ৷

আজি ভাৰতীয় জনতা পাৰ্টিৰ সৰ্বজনপ্ৰিয় আলোচনী ‘বিজেপি বাৰ্তা’ৰ মে’, ২০২১ খণ্ডটিৰ শুভ উন্মোচন কৰোঁ ৷

আজি ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ মুখপত্ৰ “বিজেপি বাৰ্তা” ৰ মে’ মাহৰ সংখ্যাটিৰ আনুষ্ঠানিকভাৱে শুভ উন্মোচন কৰি আনন্দিত হৈছোঁ। সম্পূৰ্ণ ক’ভিড প্ৰট’কল মানি উন্মোচন হোৱা মে’ মাহৰ সংখ্যাটি অতি আগ্ৰহেৰে পাঠক সমাজলৈ আগবঢ়ইছোঁ।

May be an image of 4 people, people standing and people sitting

বিগত সংখ্যাকেইটাৰ দৰেই এই মাহৰ সংখ্যাটো অতি সুন্দৰ আৰু গুৰুত্বপূৰ্ণ বিষয়ক সামৰি প্ৰকাশ কৰা হৈছে। আলোচনীখনৰ সৈতে জড়িত কাৰ্যকৰ্তা বন্ধুসকলক আন্তৰিক কৃতজ্ঞতা জনাইছোঁ।

May be an image of 5 people, people standing and indoor

May be an image of 4 people, people standing and indoor