আজি মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সিদ্ধান্তমৰ্মে ৰাজ্যখনৰ প্ৰশাসনীয় ব্যৱস্থাৰ পাৰদৰ্শিতাৰ বৃদ্ধিৰ বাবে জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এক কৰ্মশালাৰ অনুষ্ঠিত কৰা হয়।
মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ উপস্থিতিত আজি গুৱাহাটীৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা এই কৰ্মশালাত সতীৰ্থ মন্ত্ৰী সকল আৰু ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে ।