মাননীয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেবিনেট মন্ত্রী শ্রী ৰণজিৎ কুমাৰ দাস ডাঙৰীয়াৰ উপস্থিতিত বৰপেটাৰোডত ৰাষ্ট্ৰৰ অখণ্ডতা আৰু একতাৰ ধ্বজাবাহক, ভাৰত কেশৰী ড° শ্যামা প্ৰসাদ মুখাৰ্জী ডাঙৰীয়াৰ প্ৰতিমূৰ্তি উন্মোচন কৰে।

May be an image of 3 people, people standing and text that says "প্রসাপ"

এই উন্মোচনী অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলা বাবে মাননীয় মন্ত্রী শ্রী ৰণজিৎ কুমাৰ দাস ডাঙৰীয়াই মাননীয় মুখ্যমন্ত্রী ডাঙৰীয়াৰ লগতে উপস্থিত ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰে।

May be an image of 1 person and text that says "ড° শ্যামা প্রসাদ মুখার্জী উন্মোচনী অনু মুখ্য অতিথি- ড° হিমন্ত বিশ্ব শর্মা সম্মানীয় মুখ্যমন্ত্রী, অসম বিশিষ্ট অতিথি- শ্রীযুত বনজিৎ কুমাব কেবিনেট মন্ত্রী, অসম বেলবে স্টেচনব"