দুৰ্নীতিগ্ৰস্ত সুলভ মূল্যৰ ব্যৱসায়ীৰ বিৰুদ্ধে আপোনাৰ সজাগতাই ‘দুৰ্নীতিমুক্ত অসম’ গঢ়াত অৰিহণা যোগাব ৷

দুৰ্নীতিগ্ৰস্ত সুলভ মূল্যৰ ব্যৱসায়ীৰ বিৰুদ্ধে আপোনাৰ সজাগতাই ‘দুৰ্নীতিমুক্ত অসম’ গঢ়াত অৰিহণা যোগাব ৷ৰাজ্যৰ সাধাৰণ দুখীয়া পৰিয়ালৰ বাবে যোগান বিভাগে মুকলি কৰি দিয়া নীলা কেৰাচিন হিতাধিকাৰীয়ে লাভ কৰাৰ পৰিৱৰ্তে একাংশ সুলভ মূল্যৰ দোকানী আৰু যোগান বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে মিলি হৰলুকি কৰি আহিছিল ৷ যোগান বিভাগত দীৰ্ঘদিন ধৰি চলি থকা এনেধৰণৰ দুৰ্নীতি ৰোধ কৰাৰ হেতু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশমৰ্মে একাংশ দুৰ্নীতিগ্ৰস্ত দোকানী তথা বিভাগীয় বিষয়াক চিনাক্ত কৰি উচিত শাস্তি প্ৰদান কৰিবৰ বাবে আমি যোগান বিভাগৰ তৰফৰ পৰা মুকলি কৰিছোঁ এটা টোল ফ্ৰী নম্বৰ।

অসমৰ সচেতন ৰাইজ তথা হিতাধিকাৰী সকললৈ মোৰ বিনম্ৰ আহ্বান অভিযুক্তক শাস্তি প্ৰদানৰ বাবে আজিয়েই যোগাযোগ কৰক

১৯৬৭ (কেৱল BSNL ব্যৱহাৰ কৰা সকলৰ বাবেহে) আৰু ১৮০০৩৪৫৩৬১১ নম্বৰত আৰু এখন ‘দুৰ্নীতিমুক্ত অসম’ গঢ়াত সহায়-সহযোগিতা আগবঢ়াওক ৷

পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৬ বজাৰ ভিতৰত এই নম্বৰত সুলভ মূল্যৰ ব্যৱসায়ী অথবা বিভাগীয় বিষয়াসকলৰ বিৰুদ্ধে আপোনালোকে অভিযোগ দাখিল কৰিব পাৰিব ৷

#TransformingAssamHimanta Biswa Sarma MyGov Assam

Food, Civil Supplies & Consumer Affairs, Govt. of Assam

May be an image of text that says "FOOD, FOOD,CIVILSUPPLE& CIVIL SUPPLIES CONSUMER AFFAIRS Govt. ofA सत्यमेव सत्यमेवजपते Online Grievance Redressal System for redressing the grievances of common consumers 1800-345-36 1967 for BSNL users /FCSCAssam fcsca.assam.gov.in"

অসমৰ সচেতন ৰাইজ তথা হিতাধিকাৰী সকললৈ মোৰ বিনম্ৰ আহ্বান অভিযুক্তক শাস্তি প্ৰদানৰ বাবে আজিয়েই যোগাযোগ কৰক

১৯৬৭ (কেৱল BSNL ব্যৱহাৰ কৰা সকলৰ বাবেহে) আৰু ১৮০০৩৪৫৩৬১১ নম্বৰত আৰু এখন ‘দুৰ্নীতিমুক্ত অসম’ গঢ়াত সহায়-সহযোগিতা আগবঢ়াওক ৷

পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৬ বজাৰ ভিতৰত এই নম্বৰত সুলভ মূল্যৰ ব্যৱসায়ী অথবা বিভাগীয় বিষয়াসকলৰ বিৰুদ্ধে আপোনালোকে অভিযোগ দাখিল কৰিব পাৰিব ৷

Himanta Biswa Sarma MyGov Assam