জ্ঞান-শীল-একতা (Knowledge-Character-Unity) নীতিবাক্যৰে ছাত্ৰশক্তিক ৰাষ্ট্ৰ পুনঃনিৰ্মাণৰ বাবে উদ্বুদ্ধ কৰাৰ লক্ষ্যৰে ১৯৪৮ চনত জন্ম হৈছিল ভাৰতবৰ্ষৰ সৰ্ববৃহৎ ছাত্ৰ সংগঠন ‘অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ’ (ABVP) ৷ জ্ঞান-শীল-একতা (Knowledge-Character-Unity) নীতিবাক্যৰে ছাত্ৰশক্তিক ৰাষ্ট্ৰ পুনঃনিৰ্মাণৰ বাবে উদ্বুদ্ধ কৰাৰ লক্ষ্যৰে ১৯৪৮ চনত জন্ম হৈছিল ভাৰতবৰ্ষৰ সৰ্ববৃহৎ ছাত্ৰ সংগঠন ‘অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ’ (ABVP) ৷ পৰৱৰ্তী সময়ত ১৯৪৯ চনৰ আজিৰ দিনটোতে পঞ্জীভূত হয় ৷ আজি ৭৩ তম প্ৰতিষ্ঠা দিৱসৰ এই পবিত্ৰ ক্ষণত সংগঠনটোৰ লগত জড়িত প্ৰতিজন কাৰ্যকৰ্তাক মোৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ । ABVP Assam #National_Students_Day Related postsJanuary 17, 2024নতুন দিল্লীৰ ৰাষ্ট্ৰীয় কাৰ্যালয়ত লোকসভা নিৰ্বাচনৰ বাবে ক্লাষ্টাৰ তত্বাৱধায়কৰ সভাত অংশগ্ৰহণ …Read moreJanuary 8, 2024আজি ভৱানীপুৰৰ শংকৰদেৱ শিশু নিকেতনৰ প্ৰাঙ্গণত অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ অন্তৰ্গত…..Read moreDecember 22, 2023সৰ্বমুঠ ৩৪ টা সিদ্ধান্তৰে আজিৰ কেবিনেট বৈঠক সম্পন্নRead more