পাটাছাৰকুছি সমষ্টি ৰাইজৰ মোৰ প্ৰতি থকা অকৃপণ বিশ্বাস ভালপোৱাৰ মাজত লুকাই থকা সৎ উপদেশবোৰ আৰু লক্ষ্যৰ প্ৰতি একান্ত কৰিব পৰা শক্তিৰ বাবে মই আগবাঢ়ি গৈ আছোঁ আপোনালোকৰ সহযোগিতাত। আজি পুৱাৰ আৰম্ভণি পাটাছাৰকুছিৰ পৰা পাটাছাৰকুছি সমষ্টি ৰাইজৰ মোৰ প্ৰতি থকা অকৃপণ বিশ্বাস ভালপোৱাৰ মাজত লুকাই থকা সৎ উপদেশবোৰ আৰু লক্ষ্যৰ প্ৰতি একান্ত কৰিব পৰা শক্তিৰ বাবে মই আগবাঢ়ি গৈ আছোঁ আপোনালোকৰ সহযোগিতাত। পাটাছাৰকুছি সমষ্টিৰ সৰ্বাঙ্গীন উন্নতিৰ ক্ষেত্ৰত মই বিশেষভাৱে দৃষ্টি নিবদ্ধ ৰাখিছোঁ ৷ মোৰ দায়িত্বত থকা আটাইকেইটা বিভাগৰ অধীনত হ’বলগীয়া বিভিন্ন কাম-কাজ সমূহ ৰাজ্যৰ আন আন সমষ্টিৰ সমান্তৰালকৈ পাটাছাৰকুছিতো সঠিক ৰূপত ৰূপায়ণ হোৱাৰ ক্ষেত্ৰত প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছোঁ ৷ আপোনালোকেও যদি কোনোধৰণৰ সমস্যা বা অসুবিধাৰ সন্মুখীন হৈছে তেতিয়াহ’লে নিশ্চিন্তভাৱে মোক অৱগত কৰক। এইক্ষেত্ৰত, মই তৎকালীন ব্যৱস্থা গ্ৰহণৰ প্ৰয়াস কৰিম ৷ আপোনালোকৰ ধৈৰ্য্য মোৰ বাবে সাহস। আপোনালোকৰ সহায়-সহযোগিতা মোৰ কাম্য । অনাগত দিনত মই যাতে আপোনালোকৰ স্বাৰ্থত আৰু অধিক উদ্যমেৰে কাম কৰি যাব পাৰোঁ তাৰ বাবে আৰ্শীবাদ কৰক । Related postsJanuary 17, 2024নতুন দিল্লীৰ ৰাষ্ট্ৰীয় কাৰ্যালয়ত লোকসভা নিৰ্বাচনৰ বাবে ক্লাষ্টাৰ তত্বাৱধায়কৰ সভাত অংশগ্ৰহণ …Read moreJanuary 8, 2024আজি ভৱানীপুৰৰ শংকৰদেৱ শিশু নিকেতনৰ প্ৰাঙ্গণত অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ অন্তৰ্গত…..Read moreDecember 22, 2023সৰ্বমুঠ ৩৪ টা সিদ্ধান্তৰে আজিৰ কেবিনেট বৈঠক সম্পন্নRead more