ॐ असतो मा सद्गमय।
तमसो मा ज्योतिर्गमय।
मृत्योर्मामृतं गमय ॥

ॐ शान्ति शान्ति शान्तिः ॥
“মোক অসত্যৰ পৰা সত্যলৈ লৈ যাওক। মোক অন্ধকাৰৰ পৰা পোহৰলৈ লৈ যাওক। মোক মৃত্যুৰ পৰা অমৰত্বলৈ লৈ যাওক।”
সমূহ ৰাইজক পুৱাৰ সম্ভাষণ জনাইছোঁ ৷ সকলোৰে বাবে এটি মঙ্গলময় দিনৰ কামনা কৰি আজিৰ দিনটোৰ শুভাৰম্ভ কৰিছোঁ ৷
দৈনিক কৰ্মসূচীৰ অংগস্বৰূপ প্ৰাতঃভ্ৰমণ কৰি প্ৰথমখন বাজেট অধিৱেশনৰ তৃতীয় দিনৰ কাৰ্যসূচীৰ বাবে সাজু হৈছোঁ ৷