আজি পুনৰ সন্ধিয়া পাটাছাৰকুছি সমষ্টিৰ টিহু অঞ্চলৰ ১৭ গৰাকী বৈকুণ্ঠগামী ব্যক্তিৰ পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন

আজি পুনৰ সন্ধিয়া পাটাছাৰকুছি সমষ্টিৰ টিহু অঞ্চলৰ ১৭ গৰাকী বৈকুণ্ঠগামী ব্যক্তিৰ পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপনMay be an image of 3 people and people standing

বিগত কেইদিনত মোৰ সমষ্টি পাটাছাৰকুছিৰ অন্তৰ্গত টিহু অঞ্চলত স্বৰ্গগামী হোৱা ১৭ গৰাকী ব্যক্তিৰ পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপনৰ উদ্দেশ্যে আজি তেখেত সকলৰ বাসগৃহত উপস্থিত হওঁ ৷ আপোনজনক হেৰুৱাই শোকবিহ্বল হৈ থকা পৰিয়ালবৰ্গৰ সৈতে একাত্ম হৈ তেওঁলোকৰ দুখৰ সমভাগী হওঁ ।May be an image of 6 people and people standing

স্বৰ্গগামী পুণ্য আত্মাৰ প্ৰতি মোৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে এই কঠিন সময়খিনিত তেখেতসকলৰ আত্মীয় স্বজনে সাহসেৰে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবৰ বাবে প্ৰভু ভগৱন্তই শক্তি প্ৰদান কৰাৰ প্ৰাৰ্থনা জনাওঁ ৷