সকলোকে পুৱাৰ সম্ভাষণ জনাইছোঁ ৷

সকলোকে পুৱাৰ সম্ভাষণ জনাইছোঁ ৷

আজিৰ দিনটোৰ কৰ্মসূচী হিচাবে মোৰ নিজা সমষ্টি পাটাছাৰকুছিত উপস্থিত থাকিম ৷ পাটাছাৰকুছিৰ ভাৰতীয় জনতা পাৰ্টিৰ মণ্ডল সমিতিৰ এখনি সভাত অংশগ্ৰহণ কৰাৰ উপৰিও পাটাছাৰকুছি সমষ্টিতেই বহুকেইটা কাৰ্যসূচীত অংশগ্ৰহণ কৰিম ৷May be an image of 1 person and indoor

সেয়েহে প্ৰাতঃভ্ৰমণ কৰাৰ লগতে কিছুসময় যোগ প্ৰাণাময় কৰি দিনটোৰ বাবে সাজু হৈছোঁ ৷

আপোনালোক সকলোৰে আজিৰ দিনটো শুভ হওঁক, মঙ্গলময় হওঁক তাকে কামনা কৰিছোঁ ৷ 🙏