আজি কাৰ্গিল বিজয় দিৱসত এই সকল দেশৰ সাহসী বীৰ সন্তানক আন্তৰিক শ্ৰদ্ধা জনাইছোঁ।

দেশমাতৃৰ সুৰক্ষা আৰু অখণ্ডতাৰ বাবে নিজৰ জীৱন সমৰ্পন কৰা প্ৰতিজন বীৰ শ্বহীদৰ ত্যাগ দেশৰ প্ৰতিটো প্ৰজন্মৰ বাবে সাহসৰ সৌধ হৈ থাকিব। তেখেত সকলৰ এই ত্যাগ দেশবাসীয়ে সদায় সহৃদয়ৰে স্মৰণ কৰি থাকিব।May be an image of one or more people and text

আজি কাৰ্গিল বিজয় দিৱসত এই সকল দেশৰ সাহসী বীৰ সন্তানক আন্তৰিক শ্ৰদ্ধা জনাইছোঁ।