একবিংশ শতিকাৰ দেশৰ যুগদ্ৰষ্টা, স্বপ্নদ্ৰষ্টা, আধুনিক ভাৰত নিৰ্মাণৰ অন্যতম খনিকৰ, প্ৰাক্তন ৰাষ্ট্ৰপতি, ভাৰতৰত্ন ড° এ.পি.জে. আব্দুল কালাম ডাঙৰীয়াক মৃত্যুবাৰ্ষিকীত গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছোঁ ।
তেখেতৰ অমূল্য অৱদান আৰু মাৰ্গদৰ্শনে আমাক সদায় সমৃদ্ধ কৰি ৰাখিব।