“ইমান অলপতে বিচলিত হ’লেতোমাৰ বাৰু কেনেকৈ চলে?শিলুৱা এন্ধাৰে মোক এই বুলি ক’লে।”
শব্দৰ অনন্য যাদুৰে হীৰু দাই অসমীয়া কবিতাক অন্যতম কৰি ৰাখিছে। তেখেতৰ অমূল্য অৱদানে অসমীয়া সাহিত্যৰ ভঁৰাল চিৰকাল চহকী কৰি ৰাখিব।
আজি ওপজা দিনত তেওঁলৈ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ।