#কোকৰাঝাৰ_আৱৰ্ত্ত_ভৱনত_বিটিআৰৰ_বিশিষ্ট_ব্যক্তি_সকলৰ_সৈতে_সৌজন্যমূলক_বৈঠক

A new spectrum of development 📰

Met the respected intellectuals of Kokrajhar including CEM Pramod Boro , over breakfast. Discussed the course of development for the #BTR , and took their valuable advice.

#কোকৰাঝাৰ_আৱৰ্ত্ত_ভৱনত_বিটিআৰৰ_বিশিষ্ট_ব্যক্তি_সকলৰ_সৈতে_সৌজন্যমূলক_বৈঠক

আজি পুৱা কোকৰাঝাৰৰ আৱৰ্ত্ত ভৱনত বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ লগতে বিটিআৰৰ বিশিষ্ট ব্যক্তি সকলৰ উপস্থিতিত এখনি সৌজন্যমূলক বৈঠকত অংশগ্ৰহণ কৰি তেওঁলোকৰ বহুমূলীয়া দিহা-পৰামৰ্শ গ্ৰহণ কৰোঁ ৷

এই বৈঠকত বিটিআৰৰ সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে লৈ অহা নিৰন্তৰ প্ৰচেষ্টাক তেওঁলোকে শলাগ লয় আৰু চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে ৷ অনাগত দিনতো বিটিআৰৰ উন্নয়নৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ প্ৰচেষ্টা নিৰন্তৰ ভাৱে অব্যাহত থাকিব বুলি আশ্বাস প্ৰদান কৰোঁ ৷

#TransformingAssam